এখন গাঁৱত ৰমেন নামৰ এজন ল’ৰা আছিল। পইচা নাই, কাপোৰ জোতা পুৰণি, কিন্তু চকুত আছিল আগবাঢ়ি যাবৰ জ্যোতি। তেওঁ ৰাতি খালি পেটত পঢ়া কৰিছিল, পুৱা বজাৰত ঠেলা লৈ আলু-বেঙেনা বিক্ৰী কৰিছিল।
এদিন এজন শিক্ষক তেওঁৰ সৈতে মাত লগালে, আৰু তেওঁৰ সাহস দেখি সহায় কৰিবলৈ আগবাঢ়ি আহিল। ৰমেনৰ একাগ্ৰতা আৰু পৰিশ্ৰমই শেষত তেওঁৰ জীৱন সলনি কৰিলে — আজি তেওঁ এগৰাকী সফল শিক্ষক।
kahani, motivational, assamese, hindi, gyan, garib, success
এইটো মোৰ প্ৰথম লেখা সকলোৱে আদৰি লয় যেন
जवाब देंहटाएं